APDCL — disappointed with apdcl for power cut at study time

Address:784144

আমি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দীপিলা ৰাজঘাট অঞ্চলৰ বাসিন্দা ।যোৱা তিনি দিন ধৰি আমাৰ এইফালে সদায় পঢ়া টাইমত current টো কাটি থৈ দিয়ে কোনোবা দুষ্ট চক্ৰই ।পিছত ৰাতি কাৰেণ্ট টো ৰাজঘাটলে দি এইফালে কাটি দিয়ে ।অনুগ্ৰহ কৰি তদন্ত কৰি এই বিষয়ত গুৰুত্ব প্ৰদান কৰিলে ভাল লাগিব । কাৰণ মেট্ৰিক আৰু hs exam ওচৰ চাপি আহিছে ।এই সময়ত এনেকুৱা কৰিলে বিশেষ কৈ আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ হে ক্ষতি হয় । ধন্যবাদ
Was this information helpful?
No (0)
Yes (0)
Complaint comments 

Comments

I have registered a complaint at around 7.30pm today about no electricity at my home.but till now, no action is taken. My docket no. is [protected]. Kindly do the needful. It's a request.

Post your Comment

    I want to submit Complaint Positive Review Neutral Comment
    code
    By clicking Submit you agree to our Terms of Use
    Submit

    Contact Information

    চিপাঝাৰ
    India
    File a Complaint