Address: | Kamrup Metropolitan, Assam | Website: | www.gauhati.ac.in |
ছাৰ যোৱাকালি এটা নোটিফিকেচন দিছে গৌহাটী বিশ্ববিদ্যালয় যে ছি জি পি এৰ লগত 10 পূৰণ কৰি যিটো হব সিয়েই পাৰছেন্টেজ ।
কিন্তু কথাটো হল আমি 2015 চনত পাছ কৰা আৰু আমাৰ মাৰ্কশিটত আগৰ নিয়ম লিখা আছে ।
এতিয়া কালিৰ নোটিফিকেচন হিচাপত আমাৰ পাৰছেন্টেজ 5 বৃদ্ধি হল ।
কিন্তু প্ৰমান কেনেকে কৰিম কাৰন আমি ইন্টাৰ ভিউত গলে ইন্টাৰ ভিউ লোৱা জনে মাৰ্কশিটৰ পিছত থকা অনুযায়ী পাৰছেন্টেজ ওলাই ।
ছাৰ অনুগ্ৰহ কৰি জনাব কি কৰিম ।
ধন্যবাদ । Was this information helpful? |
So, i will be thankful if you look about the matter.